মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department গুৱাহাটী তাৰকাগৃহ

পৰৱৰ্তী বিশেষ জ্যোতিৰ্বিজ্ঞান সম্পৰ্কীয় পৰিঘটনা

শনি গ্ৰহৰ বিপৰীত অৱস্থান

চলিত বৰ্ষৰ ১৭ জুনত (২০১৭) শনি গ্ৰহই সূৰ্যৰ বিপৰীতে অৱস্থান কৰিব আৰু একে দিনাই পৃথিৱীৰো আটাইতকৈ নিকটতম অৱস্থান, কক্ষপথত লাভ কৰিব।