মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা গুৱাহাটী তাৰকাগৃহ

পৰৱৰ্তী বিশেষ জ্যোতিৰ্বিজ্ঞান সম্পৰ্কীয় পৰিঘটনা

শনি গ্ৰহৰ বিপৰীত অৱস্থান

চলিত বৰ্ষৰ ১৭ জুনত (২০১৭) শনি গ্ৰহই সূৰ্যৰ বিপৰীতে অৱস্থান কৰিব আৰু একে দিনাই পৃথিৱীৰো আটাইতকৈ নিকটতম অৱস্থান, কক্ষপথত লাভ কৰিব।