মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change গুৱাহাটী তাৰকাগৃহ

যান-বাহন পাৰ্কিং/অৱস্থানৰ বাবে আবেদন

তলত উল্লেখ কৰা হাৰত, দৰ্শনাৰ্থীৰ বাবে যান-বাহন পাৰ্কিং বা অৱস্থান কৰাৰ সুবিধা আছে-

  • বাছ – ৫০ টকা মাথো
  • গাড়ী – ১০ টকা মাথো
  • স্কুটাৰ/বাইক – ৫ টকা

পাৰ্কিং বা অৱস্থান শুল্ক সংগ্ৰহ কৰোতাৰে যোগাযোগ কৰক।