মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department গুৱাহাটী তাৰকাগৃহ

সভাগৃহ বুকিঙৰ বাবে আবেদন

সাধাৰণ জনগণ, চৰকাৰী মিটিং/অনুষ্ঠান ইত্যাদিৰ বাবে এদিনৰ বাবে ২৫০০০ টকাৰে আগতীয়া বুকিঙৰ দ্বাৰাহে, সভাগৃহ উপলব্ধ হব। প্ৰয়োজন অনুসৰি ৫০০ টকাৰে পেণ্ট্ৰী ৰুম, অতিৰিক্তভাৱে বুক কৰিব পাৰে। অ.এন.জি.চি. গেলাৰীও ২০০০ টকা ভাৰাৰে বুক কৰিব পাৰি।

সভাগৃহৰ দায়িত্বত থকা ব্যক্তিক, বুকিং কেৰাণীৰ দ্বাৰা যোগাযোগ কৰিব লাগিব।