বিশেষকৈ ছাত্ৰ-ছাত্ৰী আৰু গৱেষকৰ বাবে এনে কাৰ্যসূচীৰ আয়োজন কৰা হয়, যাতে সজাগতা সৃষ্টি বা বৃদ্ধি হয়।
জ্যোৰ্তিবিজ্ঞান সংক্ৰান্তীয় আয়োজিত কাৰ্যসূচী
- ২০১৩ চনত আই.এছ.অ.এন ধুমকেতুৰ ওপৰত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা
- ২০১৩ চনত অসম সচিবালয়, দিছপুৰত আকাশ দৰ্শন বা নিৰীক্ষণ অনুষ্ঠান
- ২০১৪ চনত বৃহস্পতি গ্ৰহৰ বিপৰীত পিঠিৰ বা দিশৰ, জন-দৰ্শন কাৰ্যসূচী।
- ২০১৪ চনত মংগল গ্ৰহৰ বিপৰীত পিঠিৰ বা দিশৰ, জন-দৰ্শন কাৰ্যসূচী।
- ২০১৪ চনত শনি গ্ৰহৰ বিপৰীত পিঠিৰ বা দিশৰ, জন-দৰ্শন কাৰ্যসূচী।
- ২০১৬ চনত মংগল আৰু শনি গ্ৰহৰ নিকটৱৰ্ত্তী পৰিভ্ৰমণৰত অৱস্থাৰ জন-দৰ্শন কাৰ্যসূচী।।
পৰৱৰ্ত্তী কাৰ্যসূচী
- ২০১৭ চনৰ ১৫ জুনৰ ঠিক আগত বা পিছত নিকটৱৰ্ত্তী পৰিভ্ৰমণৰত অৱস্থাৰ দূৰবীক্ষণৰ দ্বাৰা বিশেষ শনি গ্ৰহ পৰিদৰ্শনৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৫ জুন,২০১৭ত নিশ্চিত তাৰিখটো বনোৱা হব।