মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change গুৱাহাটী তাৰকাগৃহ

শৈক্ষিক কাৰ্যসূচী

বিশেষকৈ ছাত্ৰ-ছাত্ৰী আৰু গৱেষকৰ বাবে এনে কাৰ্যসূচীৰ আয়োজন কৰা হয়, যাতে সজাগতা সৃষ্টি বা বৃদ্ধি হয়।

জ্যোৰ্তিবিজ্ঞান সংক্ৰান্তীয় আয়োজিত কাৰ্যসূচী

  • ২০১৩ চনত আই.এছ.অ.এন ধুমকেতুৰ ওপৰত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা
  • ২০১৩ চনত অসম সচিবালয়, দিছপুৰত আকাশ দৰ্শন বা নিৰীক্ষণ অনুষ্ঠান
  • ২০১৪ চনত বৃহস্পতি গ্ৰহৰ বিপৰীত পিঠিৰ বা দিশৰ, জন-দৰ্শন কাৰ্যসূচী।
  • ২০১৪ চনত মংগল গ্ৰহৰ বিপৰীত পিঠিৰ বা দিশৰ, জন-দৰ্শন কাৰ্যসূচী।
  • ২০১৪ চনত শনি গ্ৰহৰ বিপৰীত পিঠিৰ বা দিশৰ, জন-দৰ্শন কাৰ্যসূচী।
  • ২০১৬ চনত মংগল আৰু শনি গ্ৰহৰ নিকটৱৰ্ত্তী পৰিভ্ৰমণৰত অৱস্থাৰ জন-দৰ্শন কাৰ্যসূচী।।

পৰৱৰ্ত্তী কাৰ্যসূচী

  • ২০১৭ চনৰ ১৫ জুনৰ ঠিক আগত বা পিছত নিকটৱৰ্ত্তী পৰিভ্ৰমণৰত অৱস্থাৰ দূৰবীক্ষণৰ দ্বাৰা বিশেষ শনি গ্ৰহ পৰিদৰ্শনৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৫ জুন,২০১৭ত নিশ্চিত তাৰিখটো বনোৱা হব।
শৈক্ষিক কাৰ্যসূচী