মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change গুৱাহাটী তাৰকাগৃহ

সন্মিলন/কৰ্মশালা

সময়ে সময়ে এইবোৰ আয়োজন কৰা হয়। জ্যোতিৰ্বিজ্ঞান সম্পৰ্কীয় কাৰ্যকলাপৰ ওপৰত প্ৰধানকৈ কৰ্মশালা অনুষ্ঠিত হয়। নিমন্ত্ৰিত বিজ্ঞান শিক্ষকসকলৰ সৈতে ইয়াত অংশগ্ৰহণ কৰিব পাৰি।

পূৰ্বতে অনুষ্ঠিত কৰ্মশালা-

  • ২০০৩ চনৰ আগষ্ট মাহত, মংগল গ্ৰহৰ নিকটতম অভিগমনৰ ওপৰত, মংগল গ্ৰহ নিৰীক্ষণ কাৰ্যসূচী
  • ২০০৩ চনৰ মে মাহত বুধ গ্ৰহৰ পৰিভ্ৰমণ নিৰীক্ষণ কাৰ্যসূচীয
  • পূৰ্ণ গ্ৰাস সূৰ্য গ্ৰহণ – আগষ্ট, ১৯৯৯
  • পঞ্চ গ্ৰহ বিন্যাস – মে,২০০২
  • বুধ পৰিভ্ৰমণ – মে,২০০৩
  • নিকটতম অভিগমন মংগল গ্ৰহ - আগষ্ট,২০০৩
  • নিকটতম অভিগমন শনি গ্ৰহৰ – ২০০৪
  • শুক্ৰ গ্ৰহৰ পৰিভ্ৰমণ – জুন,২০০৪
  • তিনি গ্ৰহৰ সংযোজন – জুন,২০০৫
  • বিজ্ঞান প্ৰসাৰ, ডি.এচ.টি, নতুন দিল্লী আৰু প্ৰাগজ্যোতিষ অপেচাদাৰী জ্যোতিৰ্বিদ সংস্থাৰ সু-যোগাযোগৰ অধীনত, সপ্তাহজোৰা জ্যোতিৰ্বিদ্যা সংক্ৰান্তীয় কাৰ্যকলাপৰ এক কৰ্মশালা,২০০৬ চনত গুৱাহাটী তাৰকাগৃহৰ প্ৰাংগনত অনুষ্ঠিত হৈছিল।
  • মহাকাশৰ আন দিশসমূহ যেনে- ধুমকেতু আৰু উল্কাবৃষ্টি ইত্যাদি।
  • ২০০৯ চনত পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ পালনৰ ওপৰত ৰাজ্যজুৰি/সমগ্ৰ দেশতে গণ সজাগতামূলক প্ৰচাৰ অভিযান।
  • ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা আৰু বহুলভাৱে বা বিশাল ৰূপত শুক্ৰ পৰিভ্ৰমণৰ ওপৰত ২০১২ চনত অৱলোকন বা পৰ্যবেক্ষণ।
সন্মিলন/কৰ্মশালা