মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change গুৱাহাটী তাৰকাগৃহ

জ্যোতিৰ্বিদ্যা সংক্ৰান্তীয় বস্তু/আৰ্হি

তলত উল্লেখিত জ্যোতিৰ্বিদ্যা সংক্ৰান্তীয় বস্তু/আৰ্হি, গুৱাহাটী তাৰকাগৃহত বৰ্তমানত আছে-

  • বিভিন্ন আৰ্হিৰ আৰু আপ্যাৰচাৰ (পোহৰ নিয়ন্ত্ৰণ কৰিব পৰা ছিদ্ৰ সহ) যুক্ত দূৰবীক্ষণ যন্ত্ৰ।
  • ধ্ৰুৱীয় উপগ্ৰহ প্ৰক্ষেপণ যানৰ আৰ্হি।
  • ভাৰতীয় সুদূৰ/দূৰৱৰ্ত্তী সংবেদনশীল উপগ্ৰহৰ আৰ্হি।
  • গুৱাহাটী তাৰকাগৃহৰ আৰ্হি।
জ্যোতিৰ্বিদ্যা সংক্ৰান্তীয় বস্তু/আৰ্হি