মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change গুৱাহাটী তাৰকাগৃহ

উপলব্ধ সুবিধা আৰু আন্তঃগাঁঠনিসমূহ

বৰ্তমান তলত উল্লেখ কৰা সুবিধা আৰু আন্তঃগাঁঠনি ব্যৱস্থা গুৱাহাটী তাৰকাগৃহত উপলব্ধ

  • আকাশ/অন্তৰীক্ষ ৰংগমঞ্চত, নিয়মিত তাৰকা মণ্ডলীৰ প্ৰদৰ্শনী।
  • সময়ে সময়ে বিশেষ জ্যোতি বিজ্ঞান সম্পৰ্কীয় পৰিঘটনাৰ সময়ত দূৰবীক্ষণৰ দ্বাৰা আকাশ বা অন্তৰীক্ষৰ নিৰীক্ষণ।
  • জ্যোতিৰ্বিজ্ঞান আৰু মহাকাশ বিজ্ঞান সম্পৰ্কীয়, জনপ্ৰিয় ভাষণ ও প্ৰদৰ্শনীমূলক অনুষ্ঠানৰ সময়ে সময়ে আয়োজন কৰা।
  • সময় সাপেক্ষে ৰাষ্ট্ৰীয়/ৰাজ্যিক পৰ্যায়ৰ সন্মিলন/কৰ্মশালাৰ আয়োজন।
  • প্ৰয়োজনত ব্যৱহাৰ কৰিব পৰাকৈ, ভোজন বিলাসৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ সৈতে সন্মিলিত হব।
  • প্ৰয়োজনত ব্যৱহাৰ কৰিব পৰাকৈ এখন অ.এন.জি.চি. মঞ্চ (এখন খোলা মুকলি মঞ্চ)
  • দৰ্শকৰ যান-বাহনৰ বাবে পাৰ্কিং ব্যৱস্থা।
উপলব্ধ সুবিধা আৰু আন্তঃগাঁঠনিসমূহ