মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change গুৱাহাটী তাৰকাগৃহ

অৱস্থিতি

গুৱাহাটীৰ এম.জি. পথত, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঠিক কাষতে আৰু লতাশিল খেলপথাৰৰ সন্মুখতে গুৱাহাটী প্লেনেটেৰিয়াম বা তাৰকাগৃহ অৱস্থিত।

কেম্পাচ ইয়াত অৱস্থিত-

  • গুৱাহাটী ৰেল ষ্টেচনৰ পৰা ১ কিলোমিটাৰ দূৰত।
  • লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা ২১ কিলেমিটাৰ দূৰত্বত।
অৱস্থিতি