প্ৰদৰ্শনীৰ ভাষা, সময় আৰু আসনৰ সংখ্যা
- অসমীয়া প্ৰদৰ্শনীঃ দিনৰ ১১ বজাত, ১.৩০বজাত আৰু বিয়লি ৩ বজাত
- ইংৰাজী প্ৰদৰ্শনীঃ দিনৰ ১২ বজাত আৰু বিয়লি ৪ বজাত
- গুৱাহাটী তাৰকাগৃহ প্ৰতি মাহৰ ১ তাৰিখ আৰু ১৫ তাৰিখে ইয়াৰ তত্বাৱধানৰ উদ্দেশ্যে বন্ধ ৰখা হয়।
- প্ৰতিটো প্ৰদৰ্শনীতে আসনৰ সংখ্যা ১৪১ খন।