মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department গুৱাহাটী তাৰকাগৃহ

টিকট বুকিৰ বাবে আবেদন

অনুষ্ঠান আৰম্ভ হোৱাৰ ১৫ মিনিটৰ আগতে দৰ্শনাৰ্থীৰ বাবে প্ৰদৰ্শনীৰ টিকট জাৰি কৰা হয়। সাধাৰণ টিকটৰ মূল্য ৩০ টকা মাথো। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে টিকটৰ ৰেহাই ৰেহাই মূল্য ১৫ টকা মাথো, যদিহে শিক্ষানুষ্ঠানৰ মুৰব্বীৰ পৰা লেখা/পত্ৰ জমা দিয়ে। টিকট ঘৰৰ লগত আপুনি যোগাযোগ কৰিব লাগিব।